Tuesday, July 8, 2025
26.8 C
Guwahati
TOP NEWS:

নলবাৰীৰ বেলশৰ ফুলবাৰীত অঘটন, কিশোৰৰ আত্মহত্যাক লৈ চাঞ্চল্য

- Advertisement -

■ নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ফুলবাৰী অঞ্চলত এটি ১২ বছৰীয়া শিশুৰ আত্মহত্যক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্র অঞ্চলত।
পিতৃ ৰাতুল শৰ্মা আৰু মাতৃ বিভা দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান কৃতীৰাজ শৰ্মাই আজি আবেলি প্ৰায় পাঁচ বজাত নিজৰ ভনীয়েকৰ সৈতে খেলি থাকোতে হঠাৎ নিজৰ ঘৰৰ কাষৰেই সৰু গছ এজোপাত চিপ লৈ আত্মহত্যা কৰাত মৃয়মান হৈ পৰিছে স্থানীয় লোকসকল। লগে লগে ওচৰ চুবুৰীয়াই শিশুজনৰ নিঠৰ দেহটো গছৰপৰা নমাই ছহীদ মুকুণ্ড কাকতি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বনগাঁও হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ কৃতিৰাজ শৰ্মাৰ এই আত্মহত্যাক আত্মহত্যা হিচাবে মানি লব পৰা নাই ওচৰ চুবুৰীয়াই। ওচৰ চুবুৰীয়াৰ মতে খেলি থাকোতে ধেমালিতে ডিঙিত ৰছী লৈ ৰং ধেমালি কৰি থাকোতে দুৰ্ঘটনাক্ৰমে এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে৷

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
broken clouds
26.9 ° C
26.9 °
26.9 °
81 %
2.3kmh
77 %
Tue
27 °
Wed
29 °
Thu
32 °
Fri
33 °
Sat
33 °