দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য ১.৭৪ শতাংশ বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, সংক্ৰমণৰ চিকিৎ‍সাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰেপৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্য সূচকৰ ওপৰত নিৰ্ভৰ কৰি এই ঔষধসমূহৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*