31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    দেওমৰনৈ স্নাতক মহাবিদ্যালয় সপ্তাহৰ সামৰি

    দেওমৰনৈ স্নাতক মহাবিদ্যালয় সপ্তাহৰ সামৰিযোৱা ২১তাৰিখৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহৰ আজি সামৰণী পৰে ।


    ২১তাৰিখে মহাবিদ্যালয় পতাকা উত্তোলনৰে আৰম্ভ কৰা মহাবিদ্যালয় সপ্তাহত ২১,২২ তাৰিখে খেল-ধেমালি প্ৰতিযোগিতা আয়োজন কৰে। ২৩তাৰিখে বিভিন্ন সাহিত্যৰ প্ৰতিযোগিতা আয়োজন কৰে।

    ২৪,২৭ তাৰিখে বিভিন্ন সংস্কৃতিৰ প্ৰতিযোগিতা আয়োজন কৰে । আৰু ১৮ তাৰিখে এতি বিশাল সংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰে আৰু বতা বিতৰনি সভা আয়োজন কৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds