Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

টিহু মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰক্ষী–সাংবাদিকক মাস্ক চেনিটাইজাৰ বিতৰণ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ পংকজ বেজবৰুৱা, নলবাৰী : মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ১৭ মে’ত টিহু নগৰত সাংবাদিক, আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণেৰে জন সেৱাৰ কাৰ্য ৰূপায়ণ কৰে । অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে সকলো লোককে চৰকাৰে জাৰি কৰা ক’ৰ’না বিষয়ৰ সকলো নিয়মৰ লগতে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় । তেওঁ সকলো নাগৰিকৰ লগতে সাংবাদিকসকলকো অতি সাৱধানতাৰে দৈনন্দিন কাম কাজ চলাই নিবলৈ মুকলি আহ্বান কৰে । অধ্যক্ষগৰাকীয়ে কয় যে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গুৰুত্বপূৰ্ণ অংগ আৰু আৰক্ষীসকলো প্ৰশাসনৰ অন্যতম অংশ । সমাজৰ কাম কৰি যাওঁতে এই দুয়োটা খণ্ডৰ প্ৰহৰীসকলে নিজকো সুৰক্ষা কৰি ৰখাটো অতি প্ৰয়োজন । পুৱাৰ ভাগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰৰ লগতে উপাধ্যক্ষ বাবুল চন্দ্ৰ ডেকা আৰু টিহু মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ শৰ্মাৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটি প্ৰতিনিধি দলে টিহুৰ আৰক্ষী, সংবাদিক, স্বাস্থ্যকৰ্মী, শ্ৰমিক তথা নাগৰিকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে । মহাবিদ্যালয়খনৰ প্ৰতিনিধি দলটোৱে ৰাইজৰ মাজত ক’ৰ’না প্ৰতিৰোধী সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ শৰ্মাই জনাইছে যে
টিহু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এই জন সেৱাৰ অভিযান ২০ মে’লৈ অৱ্যাহত থাকিব । মহাবিদ্যালয়খনৰ এই কাৰ্যৰ প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক মৈত্ৰেয়ী কাত্যায়ন, সৌৰভ হালৈ, বৰষা দাস, নীহাৰিকা কলিতা, দেৱাশিস গোস্বামী, সন্দীপন শাণ্ডিল্য প্ৰমুখ্যে শিক্ষাৰ্থীসকলে ভাগ লয় । টিহু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এনে প্ৰসংশনীয় ব্যৱস্থাক ৰাইজে বাৰুকৈয়ে আদৰণী জনাইছে ।

অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে সকলো লোককে চৰকাৰে জাৰি কৰা ক’ৰ’না বিষয়ৰ সকলো নিয়মৰ লগতে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় । অধ্যক্ষগৰাকীয়ে সকলো নাগৰিকৰ লগতে সাংবাদিকসকলকো অতি সাৱধানতাৰে দৈনন্দিন কাম কাজ চলাই নিবলৈ মুকলি আহ্বান কৰে । অধ্যক্ষগৰাকীয়ে কয় যে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গুৰুত্বপূৰ্ণ অংগ আৰু আৰক্ষীসকলো প্ৰশাসনৰ অন্যতম অংশ । সমাজৰ কাম কৰি যাওঁতে এই দুয়োটা খণ্ডৰ প্ৰহৰীসকলে নিজকো সুৰক্ষা কৰি ৰখাটো অতি প্ৰয়োজন ।

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds