31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    চাওঁতালী সাহিত্য পৰিষদৰ পত্ৰিকা প্ৰকাশৰ বাবে লেখনি বিচাৰি আহ্বান 

     

    ডিজেল ডেস্ক অসম খবৰ  ৬ নবেম্বৰঃ

    অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ছমহীয়া দ্বিভাষিক পত্ৰিকা প্ৰকাশৰ বাবে প্ৰস্তুতি চলাই আছে ৷

    অসমীয়া আৰু চাওঁতালী অল চিকি লিপিৰে প্ৰকাশ পাবলগীয়া পত্ৰিকাখনত চাওঁতাল জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন , সভা সমিতিৰ বিভিন্ন কাৰ্যসুচীৰ বাতৰিৰ লগতে প্ৰৱন্ধ, সাক্ষাৎকাৰ, গল্প, অনুগল্প, উপন্যাস, সাধুকথা, মতামত, কৃষি, স্বাস্থ্য , ক্ৰীড়া আদিৰ ওপৰত লেখনি প্ৰেৰণৰ বাবে আহ্বান জনাই পত্ৰিকা সম্পাদনা সমিতিয়ে ৷

    ইয়াৰ উপৰিও পত্ৰিকাখনত ছাত্ৰছাত্ৰীৰ বাবে বিশেষ শিক্ষামুলক শিতান থাকিব ৷

    শিল্পী , সাহিত্যিক তথা বৰেণ্য ব্যক্তিসকলৰ পৰিচয়মুলক শিতানো পত্ৰিকাখনত উপলব্ধ হব ৷

    বিজ্ঞাপন আদিও প্ৰকাশ পাবলগা পত্ৰিকাখনিৰ বাবে ইচ্ছুক নবীন , প্ৰবীন লেখক লেখিকাই নিজৰ লেখাসমুহ যথাসম্ভৱ চুটিকৈ অহা ৩০ নবেম্বৰ ২০২১ তাৰিখৰ ভিতৰত পোৱাকৈ 9435602425/9954834641 ৱাটচএপত নতুৱা romeshsoren1984@gmail.com ই-মেইলত পঠিয়াব পাৰিব বুলি পত্ৰিকা সম্পাদনা সমিতিৰ মুখ্য সম্পাদক ৰমেশ চন্দ্ৰ চৰেণে জানিব দিয়ে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds