31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ঘোচ লওঁতে  তেজপুৰত আৰক্ষী কনিষ্টবল আটক

    ঘোচ লওঁতে  তেজপুৰত আৰক্ষী কনিষ্টবল আটক

    তেজপুৰ, ২ ডিচেম্বৰ :শোণিতপুৰ আৰক্ষী অধীক্ষক ডাক্তৰ ধনঞ্জয় ঘনৱাতে বুধবাৰে তেজপুৰ বৰঘাত আৰক্ষীৰ এগৰাকী কৰ্তব্যৰত আৰক্ষী লেঞ্চ নায়কক ধন সংগ্ৰহৰ অপৰাধত আটক কৰে ।

    আৰক্ষী অধীক্ষক ঘনৱাতে জনায় যে এজন গুচৰীয়াৰ পৰা গোচৰৰ বাবদ নগদ 3 হাজাৰ টকা লওঁতে হাতে লোতে  ধৰা পৰে আৰু আৰক্ষী বিষয়াক বৰঘাত আৰক্ষী চকীতে দেৱব্ৰত বিশ্বাস নামৰ আৰক্ষী কৰ্মচাৰী গৰাকীক আটক কৰে ।

    তেওঁ জনায় যে জিলাৰ  অতিৰিক্ত আৰক্ষী  অধীক্ষকৰ নেতৃত্বত এটা দলে এই বিষয়ে এক তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে আৰক্ষী অধীক্ষক ঘনৱাতে জনায় যে পূৰ্বেও এইগৰাকী আৰক্ষী কনিষ্টবলৰ ওপৰত ৰাইজৰ অভিযোগ উত্থাপিত হৈ আছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds