Tuesday, July 1, 2025
27.8 C
Guwahati
TOP NEWS:

ঘগ্ৰাপাৰত মূল‍্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত চি পি এম ৰ

- Advertisement -

 

অসম খবৰ নলবাৰী: ফইজুল হক চৌধুৰী

চি পি আই এমৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ‍্যোগত দেওবাৰে সন্ধিয়া ঘগ্ৰাপাৰত এখন পথ সভা অনুষ্ঠিত হয়।

ঘগ্ৰাপাৰ ৰেল ষ্টেচনৰ পথত অনুষ্ঠিত পথস ভাখনত চি পি আই এম নেতা ৰবীন মিশ্ৰই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ  চৰকাৰ ৰাজ‍্য চৰকাৰক  কঠোৰ সমালোচনা কৰে।

নিজ ভাষণত তেওঁ নিত্যব্যৱহাৰ্য্য সামগ্ৰী সমূহৰ অবিৰত মূল্য বৃদ্ধিৰ ফলত ৰাইজৰ জীৱন জীৱিকা ভয়ানক সংকটৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি ক’ভিড মহামাৰীৰ বাবে ৰাইজৰ স্বাস্থ্য আৰু জীৱন জীৱিকাৰ বাবে সংকট কঢ়িয়াই অনাৰ সময়তে কেন্দ্ৰৰ মোডী চৰকাৰে দুৰ্দশাগ্ৰস্ত ৰাইজক সকাহ দিবলৈ কোনো জনমুখী নীতি গ্ৰহণ কৰা কৰা নাই বুলি মন্তব্য কৰে।

বৰং অসমকে ধৰি দেশৰ পাচঁ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল জাত সামগ্ৰীৰ কমেও ২৮ বাৰ মূল্য বৃদ্ধি ঘটালে বুলিহে নেতাগৰাকীয়ে আঙুলিয়াই দিয়ে।

আনহাতে ইয়াৰ প্ৰভাৱ সকলো বয়বস্তুৰ ওপৰত পৰা বুলি পুনৰ দোহাৰি দেশৰ পাইকাৰী মূল্য সূচক এবছৰত সৰ্বাধিক বৃদ্ধি হোৱা বুলিও মন্তব্য কৰে।

ভাষণ প্ৰংসগত নেতাগৰাকীয়ে যোৱা এপ্ৰিল মাহত খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় পাচঁ শতাংশ বৃদ্ধি হৈ বৰ্তমান ইয়াৰ হাৰ ৩৪ শতাংশ লৈ বৃদ্ধি হোৱা মন্তব্য কৰে।

ফলত আকাশলংঘী মূল্য বৃদ্ধি এতিয়াও উৰ্ধমুখী হৈয়ে আছে বুলি তেওঁ মন্তব্য কৰে।

বৰ্ষীয়ান চি পি আই এম নেতাগৰাকীয়ে ভাষণত সম্প্ৰতি ভ্ৰষ্টাচাৰী চৰকাৰ দুখনৰ বিৰুদ্ধে যাতে যুৱ সমাজে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিখন পঞ্চায়তে পঞ্চায়তে একোখন দালালৰ বজাৰ খুলি দিয়া বুলি তেওঁ মন্তব্য কৰে।

উক্ত পথসভাত চি পি আই এমৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সনাতন বৈশ‍্যৰ লগতে অৰ্ধশতাধিক দলীয় সদস্যই অংশগ্ৰহণ কৰে।

পথ সভাৰ অন্তত চি পি আই এমৰ সদস্যসকলে এক প্ৰতিবাদী সমদলো উলিয়াই।

প্ৰতিবাদীসকলে হাতে হাতে দলীয় পতাকা লৈ ঘগ্ৰাপাৰৰ বিভিন্ন পথেৰে গৈ কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰ হুচিয়াৰ,নিত্যব‍্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য ৰোধ কৰক,পেট্ৰ’ল জাত সামগ্ৰীৰ মুল‍্য বৃদ্ধি হৈছে কিয় জবাব লাগে জবাব দিয়ক আদি শ্ল’গান দি ঘগ্ৰাপাৰ উত্তোল কৰি তোলে।

Hot this week

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
26.8 ° C
26.8 °
26.8 °
88 %
1.9kmh
100 %
Mon
26 °
Tue
33 °
Wed
30 °
Thu
30 °
Fri
29 °