Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভঃ আজাৰাত ভাৰতীয় ৰিজার্ভ বেংকৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজাৰাঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) দেশজুৰি চলিত বর্ষত প্ৰতিষ্ঠা হোৱাৰ ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। এই উপলক্ষে সমগ্ৰ বছৰজুৰি অনুষ্ঠিত হৈ থকা ধাৰাবাহিক অনুষ্ঠানৰ অংশ হিচাপে আৰ বি আয়ে স্নাতক মহলা পর্যন্ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি দেশজুৰি সাধাৰণ জ্ঞানভিত্তিক কুইজ প্রতিযোগিতা ‘আৰ বি আই ৯০ কুইজ’ আৰম্ভ কৰিছে। ‘আৰ বি আই ৯০ কুইজ’ হৈছে একাধিক পর্যায়ত অনুষ্ঠিত দলভিত্তিক প্রতিযোগিতা। চলিত বৰ্ষৰ ১৯-২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল অনলাইন পর্যায়।

অনলাইন পর্যায়ত হোৱা প্ৰদৰ্শনৰ ভিত্তিত ৰাজ্যিক পৰ্যায়ৰ ৰাউণ্ডত অংশগ্ৰহণৰ বাবে কলেজৰ দলসমূহ নিৰ্বাচিত কৰা হৈছিল। অসমৰ বাবে ১৩ নৱেম্বৰত মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ গণকপাৰাস্থিত হোটেল কিৰণশ্ৰী গ্রেণ্ডত ‘আৰ বি আই ৯০ কুইজ’ ৰ ৰাজ্যিক পৰ্যায়ৰ ৰাউণ্ড অনুষ্ঠিত হয় য’ত ৯০টা দলক প্রতিনিধিত্ব কৰি ১৮০ গৰাকী ছাত্র-ছাত্রীয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰে। কুইজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সায়ন মজুমদাৰ আৰু বিশ্বায়ন মজুমদাৰৰ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ২ লাখ টকা, এন আই টি, শিলচৰৰ কিশান মিত্তাল আৰু আয়ুস মৌৰ্যৰ দলে প্ৰথম ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰি ১.৫ লাখ টকা আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৰিজিত বশিষ্ঠ আৰু দিশা বৈশ্যৰ দলে দ্বিতীয় ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰি ১ লাখ টকা লাভ কৰে। বিজয়ী দলে এতিয়া ২৯ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মণ্ডল ৰাউণ্ডত প্রতিদ্বন্দ্বিতা কৰিব। তাত বিজয়ী হোৱা দলটোৱে অহা ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় ফাইনেলত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। আনহাতে অনুষ্ঠানত আৰ বি আইৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকি বিজয়ী সকলক পুৰস্কাৰৰ ধনৰ চেক আৰু মানপত্ৰসহ বঁটা বিতৰণ কৰে।

1st Prize-
Gauhati Medical College and Hospital
1.Sayan Mazumdar
2.Bishwayan Bhattacharjee

2nd Prize
NIT Silchar
1. Kishan Mittal
2. Ayush Maurya

3rd Prize
Assam Engineering College
1. Arijit Basishtha
2. Disha Baishya

- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds