31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

    গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী :

    গুৱাহাটীৰ ৰুক্মিণী নগৰ বিহুতলীৰ মঞ্চত অসম তৃণমূল কংগ্ৰেছৰ প্ৰথমটো যোগদান কাৰ্য্যসূচীৰ সম্পন্ন হৈছে।

    তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডঃ মুকুল চাংমা আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দে উপস্থিত তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰা সমৰ্থকৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি তৃণমূল কংগ্ৰেছত যোগদান কৰে।


    আজি এই সঁহাৰি দেখি অভিভূত হৈছোঁ বুলি দলটো সভাপতি ৰিপুন বৰাই মন্তব্য কৰা লগতে কয় দলটোৰ প্ৰথমখন যোগদান কাৰ্য্যসূচীত ৰাইজৰ অভূতপূৰ্ব যোগদানে এটা কথা প্ৰতীয়মান কৰিলে যে অনাগত সময়ত অসম তৃণমূল কংগ্ৰেছে অসমত এক সুস্থ আৰু সুকীয়া ৰাজনৈতিক ধাৰা প্ৰতিস্থা কৰাত সফল হʼব বুলি বিশ্বাস কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.