31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কালমুৱাত নকল বড়ো প্লাছ প্ৰস্তুত ঘটি উৎখাত আৰক্ষীৰ : আটক কহিনুৰ আলী

    কালমুৱাত নকল বড়ো প্লাছ প্ৰস্তুত ঘটি উৎখাত আৰক্ষীৰ : আটক কহিনুৰ আলী

    Fake Large Plus Ready

    নলবাৰী জিলাৰ মুকালমুৱাত শনিবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত কহিনুৰ আলী নামৰ লোক এজনৰ পৰিত্যক্ত গৃহত আৰক্ষীয়ে অভিযান চলাই ৩ হেজাৰ অধিক (Fake Large Plus Ready)
    নকল বড়ো প্লাছৰ পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে।

    নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিন্দিতা গগৈ নেতৃত্বত যোৱা আৰক্ষী দলটোত উপস্থিত থাকে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা । ইফালে আৰক্ষী দলটো
    উপস্থিতত হৈ অভিযান চলাই উদ্ধাৰ কৰে অবৈধ ভাৱে প্ৰস্তুত কৰা প্ৰায় ৩ হাজাৰ টা পেকেট
    বড়ো প্লাছ।( Fake boro Plus )

    ইফালে এই সমূহ বজাৰ মূল্য প্ৰায় ১ লাখ ২০ হেজাৰ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । আৰক্ষীয়ে লোক জনৰ পৰা নতুনকৈ তাৰিখ আৰু Expiry date প্ৰিন্ট কৰা মেচিন এটি,গৰম কৰা অৰ্থাৎ ছিল মৰা মেচিন এটি, Soldering iron দুডাল,extention board এখন উদ্ধাৰ কৰি কহিনুৰ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    ধৃত কহিনুৰে আৰক্ষীৰ আগত সামগ্ৰী সমূহ গুৱাহাটীৰ আমিন গাঁওৰ ইমানী কোম্পানীৰ পৰা আনি এই দৰে বৰু প্লেছ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা বুলি প্ৰকাশ কৰে আৰক্ষীক।

    নলবাৰীৰ ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds