31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    কণমানি অৰিয়ন কুমাৰ বৰঠাকুৰ প্ৰতিভাত মুগ্ধ জনতা :

     

    সৰুৰে পৰা অৰিয়নৰ ঘৰ খনৰ লগতে অৰিয়নো শৈক্ষিক,সাংস্কৃতিক,সাহিত্য আৰু নানা বিষয়ত পাৰ্গত।

    কণমাণি অৰিয়ন দেৰগাঁও শিশু ভাৰতী ইংলীজ মেদিয়াম হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ।
    বয়স ১০ বছৰ ।

    কিন্তু বয়সতকৈ বহুত ভাল ভাল কৰ্মৰ লগত জৰিত অৰিয়ন ।
    অৰিয়ন বহু প্ৰতিভাৰ অধিকাৰী। মুখত অ আ ক খ নুফুটোতেই গাবলৈ আৰম্ভ কৰিছিল গান ।

    বৰ্তমান অৰিয়নে নিজেই ২,৪ টা ৰেপ চং লিখি,গাই,ইদিটিং,মিউজিক আৰু পৰিচালনা কৰি ৰাইজৰ বহুতো সহাৰী পাইছে।

    লগতে নৃত্য,নাটক,গান,ভাওঁনা ছুটি ছবি কৰি ভাল পাই অৰিয়নে।অৰিয়নে এখন অসমীয়া চলচিত্ৰত ও অভিনয় কৰিছে নাম পখিলাৰ পাখি
    এইবাৰ আকৌ অৰিয়ন ব্যষ্ট মা দূৰ্গাক আদৰিবলৈ নিজৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মা দূৰ্গাৰ প্ৰতিমা।

    কনমাণি অৰিয়নৰ এটা উৎসাহ যে যি পূজাই নাহক কিয় অৰিয়নে নিজই প্ৰতিমা বনাই আৰু তাত ধুপ চাকি দি পূজা কৰে।

    অৰিয়ন এইবোৰ দিশৰ লগতে শৈক্ষিক দিশটো পাৰ্গত।।

    অৰিয়নৰ সকলো দিশতে সহযোগীতা আগবঢ়াই মাতৃ পূৰৱী গোস্বামী,ককায়েক অনাদি কুমাৰ বৰঠাকুৰে।
    বিশেষকৈ পিতৃ দ্বীপেন বৰঠাকুৰে।

     

    ঝআমি অসম খবৰ তৰফৰ পৰা জনালোঁ অৰিয়নৰ পৰিয়ালৰ লগতে অৰিয়নক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds