
আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই
ভৰুণ মোৰ সপোন
বোৱতী নৈৰ দৰে জীৱনৰ গতি
বাধা বিহীন ধীৰ স্থিৰ
সময়ৰ বানে উটুৱাই
নিয়া জীৱনটোত
খেপিয়ালেই হাতত লাগি আহে
মোৰেই কলিজাৰ তেজেৰে ৰাঙলী হৈ
অ’ত ত’ত পৰি ৰোৱা
সোণোৱালী সপোনৰ
অৰ্ধগলিত দমৰ স্তুুপ

আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই
ভৰুণ মোৰ সপোন
বোৱতী নৈৰ দৰে জীৱনৰ গতি
বাধা বিহীন ধীৰ স্থিৰ
সময়ৰ বানে উটুৱাই
নিয়া জীৱনটোত
খেপিয়ালেই হাতত লাগি আহে
মোৰেই কলিজাৰ তেজেৰে ৰাঙলী হৈ
অ’ত ত’ত পৰি ৰোৱা
সোণোৱালী সপোনৰ
অৰ্ধগলিত দমৰ স্তুুপ
To be updated with all the latest news, offers and special announcements.
To be updated with all the latest news, offers and special announcements.
This will close in 30 seconds



