Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ? চাওঁ আহক

- Advertisement -
কেনে আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক’ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো ?
 ডিজিটেল ডেস্ক ১২ আগষ্ট ::
বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়া বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলীক, বৃটিছৰ শাসনকালত উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় পোহ পাল দি আছিল  হাতীটোক ৷
 বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নামকৰণ কৰিছিল বিজুলী প্ৰসাদ ৷ 
ইফালে
 বিজুলী প্ৰসাদে   কোম্পানীৰটোৰ বিভিন্ন কামত ধৰণৰ সহায় সহযোগিতা আগবঢ়াই গৈছিল বিজুলী প্ৰসাদে ।
 বিজুলীক প্ৰতিপালন কৰিবলৈ  কেইবাজনো নিয়োগ কৰি  প্ৰতিমাহে প্ৰদান কৰা হৈছিল দৰমহা  উক্ত কৰ্মচাৰী সকলক। বৰ্তমানো কৰি থকা হৈছে।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য  বিজুলী প্ৰসাদ  বৰ্তমানলৈকে  কোম্পানীটোৰ আভিজাত্যতা কোম্পানীটো
প্ৰতীক  চিহ্নিক 
বিজুলী প্ৰসাদক প্ৰতি ছবি দেখা যায়।
 উইলিয়ামছন মেগৰ কোম্পানী গ্ৰুপৰ অধীনৰ বিহালী চাহ বাগিচাৰ পৰিচালক মনোৰঞ্জন তালুকদাৰ  তত্ত্বাৱধানত পৰিচালিত হৈ আছে বিজুলী ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবদ প্ৰতিমাহে খৰচ হয় ৪০ পৰা ৫০  হাজাৰ টকা ৷ চিকিৎসক পৰামৰ্শ অনুসৰি  বিজুলীৰ বাবে আছে নিৰ্দিষ্ট খাদ্যাভাসৰ তালিকা ৷
 বিজুলীৰ খাদ্যাভাসত প্ৰতি দিনেই থাকে প্ৰায়  25 কিলোগ্ৰাম চাউল. সম পৰিমাণৰ মাকৈ গুৰি, বুটমাহ আৰু গুৰ লগতে গৰম পানী  ৷  ইফালে  প্ৰতি সপ্তাহে বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰাই বিশ্বনাথ এজন অভিজ্ঞ পশু চিকিৎসকে লগতে ওজনো জোখা হয় ৷  হাতীটোৰ বৰ্তমানৰ ওজন 4150 কিলোগ্ৰাম আৰু বিজুলী বৰ্তমান  বসয়  89 ।
বিজুলীৰ পৰিচৰ্যাৰ বাবে এগৰাকী মাউত এগৰাকী সহায়কৰ লগতে আছে এগৰাকী চিকিৎসক আৰু এগৰাকী হস্তীৰোগ বিশেষজ্ঞ ৷ বিজুলীৰ স্বাস্থ্যৰ খতিয়ান বাগিছা কৰ্তৃপক্ষই সাপ্তাহিকভাৱে প্ৰেৰণ কৰিবলগীয়া হয় কোম্পানীটো  কলিকতাৰ মুখ্য কাৰ্যালয়লৈ ৷
বিজুলীৰ লগত আছে সকলোৰে এক আন্তৰিকতা ৷ মাউতৰ লগতো বিজুলীৰ সম্পৰ্ক  বাৰুকৈয়ে ভাল  বাগিচা খনৰ প্ৰতিজন সদস্য  লগত ।
 বাগিছা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অন্য হাতীৰ দৰে হাতী মানুহৰ সংঘাতৰ দৰে তেওঁলোকে আজিলৈ প্ৰত্যক্ষ কৰা কোনো লক্ষ্যণ  হাতীটোৰ কোনো আক্ৰমণাত্মক গতি-বিধি ৷
হাতীটো দেখা নাই।
এছিয়া মহাদেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা, উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ অসমৰ অন্যতম গৌৰৱ ৷ আজি হস্তী দিৱস দিনাই চাহ বাগিচাৰ খনত দেখা গল বিজুলীক পূজা পাতল কৰি সেৱা জনোৱা লগতে আশীৰ্বাদ বিচাৰিলে বাগিচা খনৰ কতৃপক্ষ ই ।
  অসম খবৰ  তৰফৰ পৰাও বিজুলীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলোঁ ।
- Advertisement -

Hot this week

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds