31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    অসম মাহালী সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন 

     

     

    বিশ্বনাথ চাৰিআলি , ৰমেশ চন্দ্ৰ চৰেণ’ৰ  ,৮ নবেম্বৰ ঃ

    সদৌ অসম মাহালী সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন যোৱাকালি গোলাঘাটৰ খুমটাইত গাম্ভীৰ্যপূৰ্ণভাবে অনুষ্ঠিত হৈ যায় ৷

    কেন্দ্ৰীয় সভাপতি সঞ্জয় মাহালীৰ সভাপতিত্বত আৰু কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক উৎপল মাহালীৰ আঁত ধৰা সভাত জনগোষ্ঠীটোৰ লোকপিয়ল , কাৰ্যালয় নিৰ্মাণ, জাতিগত প্ৰমানপত্ৰৰ বিষয়ে তথা সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আলোচনা কৰা হয় ৷সভাত সাংগঠনিক দিশৰ ওপৰতো আলোচনা কৰি ৰাজ্যখনৰ ১৪ খন জিলাত সাংগঠনিক কামকাজ আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷

    সভাত হাইলাকান্দি , কাছাৰ , শিলচৰ , হোজাই, শোণিতপুৰ, চৰাইদেউ, ডিব্ৰুগড় , তিনিচুকীয়া , গোলাঘাট, জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds