31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    অসম বিধানসভাৰ নতুন মন্ত্ৰীসভাত কাৰ কি দপ্তৰ?

    ●বিধান সভাৰ অধ্যক্ষ- ৰঞ্জিত দত্ত

    ● বিধান সভাৰ উপাধ্যক্ষ- প্ৰশান্ত ফুকন

    ■ হিমন্ত বিশ্ব শৰ্মা -মুখ্যমন্ত্ৰী
    (গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, ৰাজনৈতিক আৰু বিতাৰণ নোহোৱা বিভাগ সমুহ)
    ■ অতুল বৰা (কনিষ্ঠ) কেবিনেট মন্ত্ৰী
    (কৃষি,পশুপালন)
    ■ কেশৱ মহন্ত- কেবিনেট মন্ত্ৰী (জলসম্পদ বিজ্ঞান ও কাৰিকৰি)
    ■ ইউ জি ব্ৰহ্ম – কেবিনেট মন্ত্ৰী
    (সমাজকল্যান , ভয়াম জনজাতি উন্নয়ন বিভাগ)
    ■ নোমল মমিন-কেবিনেট
    (খনি আৰু পাৰ্বত্য )
    ■ ৰণোজ পেগু – কেবিনেট মন্ত্ৰী
    (পঞ্চায়ত ও গ্ৰামোন্নয়ন, )
    ■ পদ্ম হাজৰিকা কেবিনেট মন্ত্ৰী
    (বন মন্ত্ৰী )
    ■ পৰিমল শুক্লবদ্য -কেবিনেট মন্ত্ৰী
    (আৱকাৰী আৰু মীন বিভাগ)
    ■ পিয়ূষ হাজৰিকা- কেবিনেট
    ( নগৰ উন্নয়ন , স্বাস্থ্য)
    ■ চন্দ্ৰ মোহন পাটোৱাৰী কেবিনেট মন্ত্ৰী
    ( পৰিবহন)
    ■ ৰঞ্জিত কুমাৰ দাস – কেবিনেট মন্ত্ৰী
    (শিক্ষা, খাদ্য আৰু অসামৰিক যোগান বিভাগ)
    ■ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য- কেবিনেট
    ( আইন)
    ■ অজন্তা নেওগ – কেবিনেট মন্ত্ৰী
    (গড়কাপ্তানি বিভাগ)
    ■ জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক মন্ত্ৰী
    (বিত্ত ৰাজ্যিক, সাংস্কৃতিক ও পৰ্যটক(স্বতন্ত্ৰ)
    ■ টেৰচ গোৱালা- ৰাজ্যিক মন্ত্ৰী
    ( শ্ৰম ও চাহ জনজাতি উন্নয়ন বিভাগ)
    ■ বলিন চেতিয়া- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
    (জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী স্বতন্ত্ৰ, কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী)
    ■ যোগেন মোহন – ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
    (ৰাজহ স্বতন্ত্ৰ, গড় কাপ্তানি ৰাজ্যিক মন্ত্ৰী)।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds