Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

অসম আদৰ্শ বিদ্যালয় বৰপামত সাহিত্য সভাৰ প্ৰতিনিধিৰ পৰিদৰ্শন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ ,বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২০ নবেম্বৰ

অসম সাহিত্য সভাৰ অধীনস্থ জাতীয় আদৰ্শ শিক্ষা সংসদৰ বিদ্যালয় সমন্বয়ৰক্ষী উসসমিতিৰ সম্পাদক বিপুল ডেকা আৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি সংকলন সমিতিৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে আজি অসম আদৰ্শ বিদ্যালয় বৰপাম পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়।

বিপুল ডেকাই বিদ্যালয়ৰ সঞ্চালক নৃপেন বৰদলৈ আৰু অধ্যক্ষ সঞ্জয় কলিতাৰ লগত বিদ্যালয়ৰ শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰে।

বিপুল ডেকাই প্ৰত্যেক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সকলৰ লগত ভাবৰ আদান প্ৰদান কৰে।

পৰীক্ষাগাৰৰ তত্ত্বাৱধায়ক হেমন্ত কেওঁটৰ লগত খেল-ধেমালিৰ মাজেৰে কেনেকৈ বিজ্ঞান আৰু গণিত শিক্ষা জনপ্ৰিয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে।

উল্লেখযোগ্য যে ডেকাই অসম আদৰ্শ বিদ্যালয় বৰপামত থকা উচ্চ মানদণ্ডৰ পৰীক্ষাগাৰক ভূয়সী প্ৰশংসা কৰে।

শনিবাৰৰ ৰামধেনুৰ সাজপাৰৰে ৰঙীয়াল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণিমা বসুমতাৰী, বৰ্ণালী কুৰ্মী, মণিদ্বীপা দাস শইকীয়া, পূৰ্ণিমা বৰমুদৈ, লিপিকা বৰাৰ নেতৃত্বত কছৰৎ, যোগাসন আদি পৰিৱেশন কৰে।

বিদ্যালয় সমন্বয়ৰক্ষী উসসমিতিৰ সম্পাদক বিপুল ডেকাই উপস্থিত অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰে।

ৰিপুঞ্জয় বৰদলৈয়ে সাহিত্য সভাৰ মহৎ উদ্দেশ্যক সফলতাৰ চৰম শিখৰত উপনীত কৰিবলৈ হ’লে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ শিশুৱে জাতীয় ভাষা অসমীয়া, ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু আন্তঃৰাষ্ট্ৰীয় ভাষা ইংৰাজী জনাৰ আৱশ্যকতা দাঙি ধৰে।

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds