শেহতীয়া আপডেটঃ

হাৰ্টথ্ৰ’ব জুবিন

অসমৰ সংস্কৃতিক বিশ্ব মঞ্চলৈ আগবঢ়ায় আজি তুমি অকাল মৃত্যুক সাৱটি ল'লা। তোমাৰ বিয়োগত আজি , সমগ্ৰ বিশ্ব মৰ্মাহত হৈ, নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

প্ৰাণৰো প্ৰাণ, তুমিয়েই শিল্পী
হৃদয়স্পৰ্শীয় জুবিন গাৰ্গ।
তুমি অসমৰ কণ্ঠ, বুকুৰ আমঠু
ধ্ৰুব তৰাৰ দৰে, জিলিকি থাকিবা
সমগ্ৰ বিশ্বতে।
তুমি আলোড়িত কৰিলা
তোমাৰ সুৰীয়া কণ্ঠৰে
ক’ত অনুৰাগীক শোকৰ
সাগৰত পেলাই , তুমি
নিজেই বিলীন হ’লা সাগৰ তলীত।
তোমাৰ মৃত্যু অসমৰ বাবে
এক অপূৰণীয় ক্ষতি।
অসমৰ গৌৰৱ কঢ়িয়াই আনিবলৈ
তুমি গৈছিলা বহিঃৰাজ্যলৈ ।
অনমিকা গীতৰ সুৰীয়া কণ্ঠৰে
আৰম্ভ কৰি আজি শেষ নিশ্বাস
ত্যাগ কৰিলা ছিংগাপুৰত ।
তোমাৰ গায়ন শৈলীয়ে
বিশ্ববাসীক কৰিলে মুগ্ধ।
অসমৰ সংস্কৃতিক বিশ্ব মঞ্চলৈ আগবঢ়ায়
আজি তুমি অকাল মৃত্যুক সাৱটি ল’লা।
তোমাৰ বিয়োগত আজি , সমগ্ৰ বিশ্ব
মৰ্মাহত হৈ, নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

ৰাজশ্ৰী সেনাপতি গগৈ,
ডিব্ৰুগড়

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.