Monday, June 30, 2025
27.3 C
Guwahati
TOP NEWS:

অসমৰ খিলঞ্জীয়াৰ সমস্যা আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন, আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰ সম্পন্ন

- Advertisement -

■ অসম সন্মিলিত মহাসংঘৰ হৈ মতিউৰ ৰহমানে এক আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ সমস্যা উত্থাপন কৰে।

ইটালীৰ ৰাজধানী ৰোমৰ পৰা ৱেবনাৰৰ জড়িয়তে পৰিচালিত এই আন্তঃৰাষ্ট্ৰীয় আলোচনাত অসমৰ খিলঞ্জীয়া জনগণৰ দুৰাৱস্থাৰ কথা উত্থাপন কৰি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰে।মহাসংঘৰ উজনি অসমৰ সমন্বয়ক অনুপ আৰান্ধৰাইও অংশ গ্ৰহণ কৰে এই আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰত।

ৰোমৰ পৰা ইণ্টাৰনেছনেল লেণ্ড কোৱালিচনৰ এচিয়া প্লেটফৰ্মৰ উদ্যোগত পৰিচালিত ওৱেবনাৰখন ইংৰাজী আৰু ৰাছিয়ান ভাষাত অনুষ্ঠিত হয়।

এই ৱেবনাৰখন পৰিচালনা কৰিছিল -David Rubio, Umut Zholdoshova & Kunduz Adylbekova য়ে।

ৱেবনাৰৰ বিষয়বস্তু আছিল “এচিয়া মহাদেশৰ প্ৰাকৃতিক পৰিৱেশ পুনৰ গঠন আৰু সংৰক্ষণত স্থানীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিকা”।

মতিউৰ ৰহমানে বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত খিলঞ্জীয়া মৰাণ, চুতীয়া, আহোম জনগোষ্ঠীৰ লোক কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে আৰু ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ মাটিকালি কেনেদৰে জালিয়াতিৰে কাম কৰিছিল অইল ইণ্ডিয়াই আৰু ইয়াৰ ফলত পৰিৱেশ আৰু বন্যপ্ৰাণী কেনেদৰে ধ্বংস হৈছে সেই কথা ব্যাখ্যা কৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰে। ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এম শ্বাহে ১ জুলাইত দিয়া নিৰ্দেশত অইল ইণ্ডিয়াক দায়ী কৰাৰ উপৰিও নেচনেল গ্ৰীণ ট্ৰিবিউনেলেক ক্ষয়-ক্ষতিৰ পুনৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এতিয়াও কাৰ্যকৰী কৰা নাই।

Hot this week

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Topics

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
light rain
28.6 ° C
28.6 °
28.6 °
82 %
1.8kmh
100 %
Mon
28 °
Tue
31 °
Wed
28 °
Thu
33 °
Fri
27 °