Tuesday, July 1, 2025
27.8 C
Guwahati
TOP NEWS:

শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শৈলেন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা জ্ঞাপন

- Advertisement -

 

লখিমপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য তথা শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক শৈলেন্দ্ৰ বৰাক আজি বিদায় সম্বৰ্ধনা জনোৱা হয়।

গুৰু দ্ৰোণাচাৰ্য বঁটাপ্ৰাপ্ত আদৰ্শ শিক্ষক প্ৰদীপ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাতবৰবড়ি তৰুণ বিদ্যাৰ্থী সমাজৰ শিল্পীসকলে দিহানামেৰে শুভাৰম্ভ কৰা সভাখনত ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন ছাত্ৰ হীৰেন দাসে নিৰ্দিষ্ট বক্তা, চন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা মহকুমা শিক্ষক সন্মিলনীৰ উপ-সভানেত্ৰী বন্তি বৰা দত্ত, অৱসৰী প্ৰধান শিক্ষক পদ্ম বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভবেন দাস, তৰুণ বিদ্যাৰ্থী সমাজৰ মুখ্য সম্পাদক বীৰেন কুমাৰ ভাগৱতী, প্ৰাক্তন সভাপতি প্ৰদীপ দাস, প্ৰধান শিক্ষক কৰুণা বৰুৱা, প্ৰধান শিক্ষক লক্ষী বশিষ্ঠ, প্ৰধান শিক্ষক প্ৰশান্ত গোস্বামী, প্ৰধান শিক্ষক তুলতুল ভৰালী, প্ৰধান শিক্ষক কবিন ভূঞা, শিক্ষয়িত্ৰী বুলুমণি দত্ত, শিক্ষয়িত্ৰী ইন্দুপ্ৰিয়া গগৈ আদি উপস্থিত থাকে।

প্ৰধান শিক্ষক দেৱজিৎ দাসে আঁত ধৰা অনুষ্ঠানত বিদায়ী প্ৰধান শিক্ষক গৰাকীক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, চেলেং, কীৰ্তন পুথি, সঁফুৰা আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনায়।

Hot this week

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
26.8 ° C
26.8 °
26.8 °
88 %
1.9kmh
100 %
Mon
26 °
Tue
33 °
Wed
30 °
Thu
30 °
Fri
29 °