Thursday, July 31, 2025
34 C
Guwahati
TOP NEWS:

“বিস্ময়”ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব ✍️ জুবিন গাৰ্গ
"

- Advertisement -

● অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে ‘বিস্ময়’ প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ। মোৰ দৰে সহস্ৰাধিক লোকৰ কৈশোৰ-যৌৱন আলোড়িত তথা অধ্যয়নৰ প্ৰতি সন্মোহিত কৰা ‘বিস্ময়’ৰ শ্ৰষ্টাগৰাকীৰ সপোনৰ “বিস্ময়”খনক এতিয়াৰে পৰা জীয়াই ৰখাৰ দায়িত্ব অসমবাসীৰ। শশীদাৰ লগত মোৰ আচলতে বংশগত সম্পৰ্ক। সম্বন্ধত যদিও খুড়া হয় মই দাদা বুলিয়েই সম্বোধন কৰিছিলোঁ। শেহতীয়াকৈ তেখেতৰ ভাতৃ গুঞ্জনদাৰ মুখুৰে শশীদাৰ স্বাস্থ্যৰ সকলো খবৰ পাই আছিলোঁ। ভবা নাছিলোঁ, শশীদা ইমান সোনকালে গুছি যাব অজান দেশলৈ। শশীদাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।

Hot this week

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.9 ° C
32.9 °
32.9 °
64 %
0.4kmh
3 %
Thu
34 °
Fri
32 °
Sat
31 °
Sun
27 °
Mon
31 °