31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ ধুলীত আটছাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন ৷

     

     

    বিশ্বনাথৰ ধুলীত আটছাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন ৷

     

    ৰমেশ চন্দ্ৰ চৰেণ’ৰ  , ৪ নবেম্বৰ ঃ অসম চাহ জনজাতি ছাত্র সন্হা বিশ্বনাথ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ শাখাৰ অন্তৰ্গত ধূলি প্ৰাথমিক গোট গঠনৰ সভাখন বিশ্বনাথ শাখা আটছাৰ উপ-সভাপতি কিৰন ওৰাঙৰ সভাপতিত্বত অলপতে অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত অমৃত দ্বীপক সভাপতি আৰু সুৰজ চিকাক সম্পাদক হিচাবে লৈ ৩১ জনীয়া এক শক্তিশালী প্ৰাথমিক গোট গঠন কৰা হয় ৷ সভাত বিশ্বনাথ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ কুৰ্মি সহ-সম্পাদক ক্ৰমে সদানন্দ তাঁতী, জ্যোতিশ তাঁতী, প্ৰচাৰ সম্পাদক বিসেশ্বৰ বেনিয়া,ধূলি উপ-শাখাৰ সহ-সম্পাদক ৰাজ চোনা, ধূলি প্ৰাথমিক গোটৰ উপদেষ্টা অমল নাগ আৰু ৰিচাৰ্ড মহানন্দকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । নৱ গঠিত ধূলি প্ৰাথমিক গোটৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াক আটছাৰ বিশ্বনাথ শাখা সমিতিৰ তৰফৰ পৰা প্ৰীতি ভৰা শুভেচ্ছা আৰু অভিনন্দন জনাই ।

    প্ৰেৰক – ৰমেশ চন্দ্ৰ চৰেণ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds