31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    আজি গোৱালপৰীয়া লোকগীতৰ শিল্পী প্রতীমা বৰুৱা পাণ্ডেৰ জন্মদিন

    মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্রদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীৰ গীতত মাটিৰ গোন্ধ পোৱা যায় বুলি মন্তব্য কৰে।

    গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রতীমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। গোৱালপাৰাৰ ভিন্ন ঠাইত প্ৰথিতযশা শিল্পী প্রতীমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আগিয়া কলিতাপাৰাবাসীয়ে ৰোহিত চন্দ্ৰ দাস আৰু সুচিত্ৰা বালা দাস সোঁৱৰণী প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জন্মদিন পালন কৰে। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আদি কৰা হয়। অনুষ্ঠানত গোৱালপৰীয়া লোকগীতো পৰিৱেশন কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্রদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীৰ গীতত মাটিৰ গোন্ধ পোৱা যায় বুলি মন্তব্য কৰে। শিল্পীগৰাকীয়ে লোকগীতৰ মাধ্যমেৰে জনবিশ্বাস আৰু অনুভূতি প্রকাশ কৰি যুগমীয়া গীত উপহাৰ দি গৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মত ব্যক্ত কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.