বালিসত্ৰ সৎ সংগী সত্ৰৰ সত্ৰধিকাৰৰ ভূমি বলপূৰ্বকভাৱে বে দখল ভূ মাফিয়াৰ

♦এইবাৰ সত্ৰৰ সত্ৰাধিকাৰ বংশৰ ভূমিত লেলুপ দৃষ্টি ভূ মাফিয়াৰ
বালিসত্ৰ সৎ সংগী সত্ৰৰ সত্ৰধিকাৰৰ ভূমি বলপূৰ্বক বে দখল ভূ মাফিয়াৰ
বালিসত্ৰ সত্ৰৰ কাষত ক্ৰয় কৰা মাটি বলপূৰ্বক বেদখলৰ অভিযোগ
কয়া ৰাজহ চক্ৰৰ লাট মণ্ডল অৰবিন্দ কলিতাৰ নেতৃত্বত এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ
বৃহৎ ধনৰ বিনিময়ত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ
কয়া আৰক্ষীৰ বিষয়া জনৰ বিৰুদ্ধেও উঠিছে এই ঘটনাত জড়িত থকাৰ অভিযোগ আনিছে সত্ৰধিকাৰ বংশৰ পৰিয়ালে
কয়া ৰাজহ চক্ৰৰ লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান সচেতন ৰাইজৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.