Sunday, May 18, 2025
24.9 C
Guwahati

নলবাৰীত ক’ভিড-১৯ স্পেচিয়েল হস্পিতাল অতি শীঘ্ৰে মুকলিৰ দাবী সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
নলবাৰীত ক’ভিড-১৯ স্পেচিয়েল হস্পিটেল অতি শীঘ্ৰে মুকলিৰ দাবীৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই, নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সম্পাদক অক্ষয় ডেকা সমন্নিতে যোৱা এটা সজাতি দলে।

নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তক দাবী জনায় যে, সম্প্ৰতি দেশৰ লগতে অসমতো ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে জনসাধাৰণক বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে। অসমৰ বিভিন্ন জিলাত এই মহামাৰীয়ে কালৰূপ ধৰাৰ উপক্ৰম হৈছে। নলবাৰী জিলাতো দুই শতাধিক ক’ভিড-১৯ প’জিটিভ ৰোগী চিহ্নিত হৈছে।

ক’ভিডৰ দ্ৰুত সংক্ৰমণে ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছে। যোৱা বছৰৰ এক মাৰাত্মক অভিজ্ঞতাৰ পিছতো নলবাৰী জিলাত এতিয়ালৈকে ক’ভিড ১৯ মহামাৰীৰ ঢৌ ৰোধ কৰিবলৈ অথবা ভুক্তভোগী ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা প্ৰশাসনে এতিয়ালৈকে হাতত লোৱা পৰিলক্ষিত হোৱা নাই। জিলা খনৰ বেছি সংখ্যক লোকৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ ক্ষমতা নাই।

এনে ক্ষেত্ৰত নলবাৰী চহৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত ক’ভিড-১৯ পজিটিভ ৰোগীক চিকিৎসা কৰিবলৈ বিশেষ চিকিৎসালয় মুকলি কৰিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা ল’বলৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰৰ জড়িয়তে দাবী জনায়।

- Advertisement -

Hot this week

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
few clouds
24.3 ° C
24.3 °
24.3 °
87 %
0.9kmh
24 %
Sun
24 °
Mon
31 °
Tue
34 °
Wed
30 °
Thu
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds