Tuesday, June 3, 2025
25.3 C
Guwahati
TOP NEWS:

ট্রেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক ন্যায়িক জিম্মালৈ প্রেৰণ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ট্রেডিঙৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে। উল্লেখযোগ্য যে ট্রেডিঙৰ নামত অবৈধ কার্যকলাপ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্রেপ্তাৰ কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত স্বপ্ননীলক আজি আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে অনলাইন ট্রেডিং গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান শাখাক অর্পণ কৰিছে। আয়কৰ বিভাগ আৰু বিধি বলবৎকাৰী সংস্থাৰ সহযোগত আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। প্রয়োজন হ‘লে তদন্তৰ দায়িত্ব কেন্দ্রীয় অনুসন্ধান সংস্থা চমুকৈ চি-বি-আইক অৰ্পণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ঘটনাত তদন্তৰ বাবে অসম আৰক্ষীয়ে বিশেষ টাস্ক ফোর্ড গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Source: Akashvani_News

- Advertisement -

Hot this week

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক, প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক প্ৰেয়সীয়ে দিলে ডাঙৰ...

অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক জাননী জাৰি

🔗অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

ASSAM RIFLES EXTENDS HUMANITARIAN AID AND DISASTER RELIEF IN FLOOD AND LANDSLIDE-AFFECTED AREAS OF MANIPUR

Assam Rifles, extended critical humanitarian assistance and disaster relief...

Related Articles

Popular Categories

Assam
overcast clouds
24.3 ° C
24.3 °
24.3 °
93 %
2.9kmh
100 %
Mon
24 °
Tue
35 °
Wed
28 °
Thu
30 °
Fri
33 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds