ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

file photo

◾️ ১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়াত
◾️ ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা
◾️ পৰ্যায়ক্ৰমে আৰম্ভ হ’ব পাঠদান
◾️ নৱম-দশম-দ্বাদশ, স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পাঠদানৰ পৰিকল্পনা
◾️ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদানৰো চিন্তা-চৰ্চা
◾️ সান্ধ্য আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
◾️ লখিমপুৰ-গোলাঘাটত শিথিল সান্ধ্য আইন
◾️ এই ২ জিলাত ১ বজালৈ খুলিব দোকান-পোহাৰ
◾️ জিলা দুখনত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ
◾️ আন জিলাসমূহত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ
◾️ বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ
◾️ ৭ আগষ্টৰ পৰা ৬ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.