Tuesday, May 20, 2025
32.8 C
Guwahati

আসন বৃদ্ধিৰ দাবীত নলবাৰীৰ মহাবিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান NSUI ৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ আজি নলবাৰীৰ দুখন প্ৰধান মহাবিদ্যালয় নলবাৰী কলেজ আৰু মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক এন এছ ইউ আইয়ে নলবাৰী জিলা এন এছ ইউ আইৰ সহযোগত আসন বৃদ্ধি দাবী কৰিছে।

৫০ শতাংশতকৈ কম নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলৰ নামভৰ্তিৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবীত দুখন মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক NSUI ৰ সভাপতি কৃষানু বৰুৱা, অসম ৰাজ্যিক NSUI ৰ সাধাৰণ সম্পাদক আছিফ আহমেদ, অসম ৰাজ্যিক NSUI ৰ উপ সভাপতি তনভি তানজুম, অসম ৰাজ্যিক NSUI ৰ সমন্নয়ক তুষাৰ আলী আৰু নলবাৰী জিলা NSUI ৰ প্ৰাক্তন সম্পাদক ৰিচি আহমেদৰ লগতে কৰ্মকৰ্তা সকল।

- Advertisement -

Hot this week

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
27.6 ° C
27.6 °
27.6 °
71 %
2.3kmh
95 %
Tue
32 °
Wed
33 °
Thu
29 °
Fri
34 °
Sat
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds