31.3 C
Guwahati
Wednesday, November 12, 2025
More

    শেহতীয়া আপডেটঃ

    অসম সাহিত্য সভাৰ প্ৰতিনিধিত্ব মূলক ৰাজহুৱা সভা 

    অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পুৰ্ণাঙ্গ অধিবেশনৰ কৰ্ণধাৰ সমিতি গঠনৰ আদৰণীয় সমিতি পুনাংগ ৰূপ ।
    যোৱা ১৯ ছেপ্টেম্বৰত ৰাজহুৱা সভাই পতা ইশ্বৰ প্ৰসন্ন ভৰালীৰ ঠাইত মাখন তামুলীক সাধাৰন সম্পাদকৰ দায়িত্ব দিয়ে ।

    কাৰ্যকৰী সভাপতি হিচাপে শৰৎ হাজৰিকাক দায়িত্ব দিয়ে ।

    অন্যহাতে উপেন হাজৰিকাক আদৰণী সমিতি সম্পাদকৰ পদৰ পৰা অব্যাহতি দিয়ে সভাই। নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে আদৰণী সমিতিৰ সভাপতি বিধায়ক ড° অমিয় কুমাৰ ভুঞাই ।

    আজিৰ সভাতে আদৰণী সমিতিৰ সভাপতি হিচাপে ড° অমিয় কুমাৰ ভূঞাই দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

    সভাপতি ভূঞাই জাতি-বৰ্ণ, দল-মত নিবিৰ্শেষে সকলো জনগোষ্ঠী লোকক সহযোগিতা বিছাৰি অধিবেশন খন সাফল্য মণ্ডিত কৰিবলৈ আহ্‌বান জনাই ।

    আজিৰ সভাত মাজুলী,বিশ্বনাথ জিলা, আৰু ধেমাজীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ।

    অঞ্চলটোৰ বহু বিশিষ্ট বিক্তিয়ে অংশগ্ৰহন কৰা সভাত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ সকলে অংশগ্ৰহন কৰে । সভাই এখন কৰ্ণধাৰ সমিতি গঠনৰ সিদ্ধান্ত  গ্ৰহন কৰে ।
     প্ৰেৰক :নায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds