31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাজ্যৰ বিভিন্ন নিগম-নিকায়ত অধ্যক্ষ, উপাধ্যক্ষ নিযুক্তি

    ৰাজ্যৰ বিভিন্ন নিগম-নিকায়ত অধ্যক্ষ, উপাধ্যক্ষ নিযুক্তি

    য়ুথ কমিছন অসমৰ অধ্যক্ষ তৰংগ গগৈ
    • য়ুথ কমিছন অসমৰ উপাধ্যক্ষ অনুপ বৰ্মন, অৰুণজ্যোতি মৰাণ
    • য়ুথ কমিছন অসমৰ সদস্য ৰাতুল শৰ্মা, ঋষিৰাজ হাজৰিকা
    • য়ুথ কমিছন অসমৰ সদস্য ভাস্কৰ পাফুকণ গগৈ, ড০ অংকিতা দত্ত
    • য়ুথ কমিছন অসমৰ সদস্য মিতানাথ বৰা
    • চাহ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা
    • সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ জাভেদ ইছলাম
    • অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা
    • পৰ্যটন নিগমৰ উপাধ্যক্ষ হিচাপে দিলীপ দাসক নিযুক্তি
    • পেট্ৰ’কেমিকেল লিমিটেডৰ উপাধ্যক্ষক হেমন্ত গগৈ
    • মুকুতা ডেকাক GMDAৰ উপাধ্যক্ষ নিযুক্তি
    • ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত
    • পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ
    • নৱাৰুণ মেধিক ফিছাৰী উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্ত
    • ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ যতীৰিন্দ্ৰ বৰ্মন
    • পিছপৰা জাতিৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ বিশ্বজিৎ ৰায়
    • নগৰ পানী যোগানৰ উপাধ্যক্ষ কৃষ্ণমণি চুতীয়া
    • গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ
    • ফিছফেডৰ উপাধ্যক্ষ দীলু শৰ্মা
    • ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাস
    • কৃষি বিপনণ পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা
    • চৰকাৰী বিপণন নিগমৰ উপাধ্যক্ষ বিতুপন ৰাইদিঙীয়া
    • জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ
    • এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা
    • চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ ড০ আলেখ্য বৰুৱা
    • সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং
    • সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ উপাধ্যক্ষ খলিলুৰ ৰহমান
    • পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষ অৰুণ তেৰাং
    • ডি এন পি নিগমৰ উপাধ্যক্ষ অশ্বিনী পাইট
    • পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকটকী
    • চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰ
    • ট্ৰেড প্ৰম’শ্যন অৰ্গেনাইজেশ্যনৰ উপাধ্যক্ষ মধু ডেকা
    • হাইড্ৰ’কাৰ্বন এনাৰ্জী কোম্পানীৰ উপাধ্যক্ষ শিৱাজী ডুবে
    • চাহ উন্নয়ন নিগমৰ উপাধ্যক্ষ প্ৰফুল্ল বৰা
    • প্ৰণাম কমিছনৰ সদস্য ড০ বিদ্যাৱতী দাস
    • খাদী আৰু গ্ৰামোদ্যোগৰ উপাধ্যক্ষ হৰেণ দেউৰী
    • বীজ নিগমৰ উপাধ্যক্ষৰ উপাধ্যক্ষ পৱন বেদিয়া
    • এপিডিচিএলৰ দুজন সঞ্চালক যতীন বৰা, ড০ প্ৰকাশ কাশ্যপ
    • এপিজিচিএলৰ সঞ্চালক দেৱজিত মহন্ত, ধ্ৰুৱ প্ৰসাদ বৈশ্য
    • এইজিচিএলৰ সঞ্চালক নৱ বৈশ্য, তৰুণ বৰুৱা মৰাণ
    • ব’ৰ্ড অব স্প’ৰ্ট্ছৰ উপাধ্যক্ষ মৃগাংগ বৰ্মন

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds