শেহতীয়া আপডেটঃ

ৰকিবুল হুছেইন গব্বৰ, ভিলেইন, HERO কেতিয়াও হ’ব নোৱাৰেঃ বিশ্বজিৎ ফুকন

চামগুৰিত যোৱা ২৩ বছৰত বিধ্বস্ত ৰূপ দেখিছোঁ৷ বাট পথৰ একো কামেই নকৰিলে ৰকিবুল হুছেইনে৷ নিৰ্বাচনত হাৰিলে ৰকিবুলে EVM ক দোষ দিয়ে৷ এইবাৰ নিৰ্বাচনৰ আগতেই EVM ক দোষ দিছে৷ দাবী ধমকিৰেই নিৰ্বাচন জিকি আহিছিল ৰকিবুলে৷ ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকী আহিছিল ৰকীবুল হুছেইন৷ চামগুৰিত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে জনতাই, সেয়ে এইবাৰ ৰাইজে BJP ক ভোট দিব৷ নিজৰ সন্তানক কোনেও গুণ্ডাগিৰি নিশিকায়৷ ৰকিবুল হুছেইনে ৰুচিবোধ সম্পন্ন ৰাজনীতি শিকিবলৈ দিয়ক সন্তানক৷ নাটক কৰি সন্তানক জিকাব বিচাৰিছে ৰকীবুল হুছেইনে৷ তেওঁ গব্বৰ, তেৱেঁই ভিলেইন, তেওঁ কেতিয়াও HERO কেতিয়াও হ’ব নোৱাৰে৷ ৰকিবুল হুছেইনৰ লগত থকা মানুহেই এইবাৰ অতিষ্ঠ হৈ BJP ৰ হৈ কাম কৰিছে৷ ধুবুৰীত EVM টেম্পাৰিং কৰিছিল নেকি ৰকিবুল হুছেইনে? অসৎ ৰাজনীতিৰ উদাহৰণ ৰকিবুল৷ উন্নয়নৰ কথা নকয়, সাম্প্ৰদায়িক কথা কৈ নিৰ্বাচন খেলে ৰকিবুল হুছেইনে৷

জুবিন সন্দৰ্ভত মন্তব্য বিশ্বজিৎ ফুকনৰ৷ জুবিন গাৰ্গে কিছু অধ্যয়ন কৰিলে বুজি পাব, অসমীয়া ভাষাৰ সাহিত্যৰ বহু পিছত বাংলা সাহিত্যৰ সৃষ্টি হৈছে৷ পঢ়িলে গম পাব অসমীয়া ভাষা কিমান পুৰণি৷

বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত মন্তব্য বিশ্বজিৎ ফুকনৰ৷ স্বাৰ্থৰ বাবে বহু তললৈ যাব পাৰে বিৰোধী৷ নিৰ্বাচন জিকিবলৈ অখিল গগৈয়ে গৌৰব গগৈ, গৌৰব গগৈয়ে অখিল গগৈৰ ভৰিত ধৰিব পাৰে৷ ক্ষমতাৰ বাবে আকৌ লগ লাগিব বিৰোধী৷ ২০২৬ত এইবাৰৰ আধা আসনো নাপায় বিৰোধীয়ে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.