31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ভাৰতত কোভিড-১৯ প্ৰতিষেধক প্রদানত ১০২ কোটিৰ সীমা অতিক্ৰম

    এতিয়ালৈকে, কোভিড-১৯ৰ পৰা তিনি কোটি ৩৫ লাখৰো অধিক লোক সুস্থ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, দেশত কোভিড আৰোগ্যতা হাৰ এতিয়ালৈ ৯৮.১৭ শতাংশ হৈছেগৈ

    ■ দেশজুৰি কোভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত এতিয়ালৈকে দেশত ১০২ কোটিতকৈও অধিক ১০ লাখ কোটি কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত, ৭৭ লাখ ৪০ হাজাৰৰো অধিক কোভিড প্ৰতিষেধৰ পালি প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত প্ৰায় ১৬ হাজাৰ নতুন কোভিড-১৯ আক্ৰান্ত ঘটনা সংঘটিত হৈছিল। আনহাতে ১৬ হাজাৰৰো অধিক লোক সুস্থ হৈ উঠিছে। এই সময়ছোৱাত ৫৬১ জন লোকে প্ৰাণ হেৰুৱাইছে।

    এতিয়ালৈকে, কোভিড-১৯ৰ পৰা তিনি কোটি ৩৫ লাখৰো অধিক লোক সুস্থ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, দেশত কোভিড আৰোগ্যতা হাৰ এতিয়ালৈ ৯৮.১৭ শতাংশ হৈছেগৈ। যি যোৱা বছৰৰ মাৰ্চৰ পিছত সৰ্বাধিক। বৰ্তমানে, সক্ৰিয় ৰোগী হৈছে ১ লাখ ৭২ হাজাৰতকৈ অধিক। যি ২৫৫ দিনত সৰ্বনিম্ন। কালিৰ দিনটোত ১৩ লাখৰো অধিক কোভিড পৰীক্ষা কৰা হৈছিল। এতিয়ালৈকে, দেশত ৫৯ কোটি ৯৭ লাখ কোভিড পৰীক্ষা কৰা হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds