31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বৰগাংত  সুধাকণ্ঠ ড.ভূপেন হাজৰিকা ১০ সংখ্যক পুণ্য স্মৃতি দিৱস পালন

     

    অসম খবৰ বিহালী ৫ নৱেম্বৰ ::

    সমগ্র ৰাজ্যৰ লগতে বৰগাংতো ড০ ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিক অনুষ্ঠান আয়োজন কৰে শাখা সাহিত্য সভাই। বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠান বন্তি প্ৰজ্বলন কৰে শাখাৰ সভাপতি ড.দূৰ্গেশ্বৰ বৰা আৰু প্ৰতিচ্ছবিত মাল্যাপৰ্ন কৰে শাখাৰ উপদেষ্টা তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক স্বৰাজ হাজৰিকাই।অনুস্থানটিৰ সৈতে সংগতি ৰাখি সুধাকণ্ঠৰ এটি গীত পৰিবেশন কৰে শিক্ষয়ত্ৰী ৰাজশ্ৰী শইকিয়াই।

    সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ কৰ্মৰাজি স্মৃতিচাৰণ কৰি বক্তব্য আগবঢ়ায় ক্ৰমে স্বৰাজ হাজৰিকা আৰু সভাপতি ড. দূৰ্গেশ্বৰ বৰাই ।

    অনুস্থানটিত সুধাকণ্ঠৰ স্মৃতিত এটা কবিতা পাঠ আগবঢ়ায় শিক্ষয়ত্ৰী অপৰ্না শইকিয়া দাসে।
    লগতে শাখাৰ সম্পাদক ৰাজীৱ বৰা ,সহ:সম্পাদক তৰুণ দাসে আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুস্থানটিত বৰগাং শাখা সাহিত্য সভাৰ সদস্য-সদস্যা সকলৰ লগতে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত থাকি ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds