31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    পশুধন নিগমৰ নৱনিযুক্ত উপাধ্যক্ষ সম্বৰ্ধনা জিলা মহিলা মৰ্চাৰ

    পশুধন নিগমৰ নৱনিযুক্ত উপাধ্যক্ষ সম্বৰ্ধনা জিলা মহিলা মৰ্চাৰ ::

    বিশ্বনাথ চাৰিআলি ১ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন জিলা সভাপতি তথা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লগতে পশুধন নিগমৰ নৱনিযুক্ত উপাধ্যক্ষ পৰেশ বৰকাকতীক আজি বিশ্বনাথ জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা সময়ত উপস্থিত থাকে জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী লিনা শইকীয়া বৰা, জিলা সদস্যা দীপা ছেত্ৰীকে ধৰি বহু কেইগৰাকী সদস্যা।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.