প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত হৈছে। প্রধানমন্ত্ৰী মোদীৰ সন্মানার্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক পৰম্পৰাগত গৰ্বা নৃত্যৰে আদৰণি জনোৱাৰ যোগাভ্যাস প্ৰদৰ্শন কৰা হয়। সামাজিক মাধ্যমত মোদীয়ে, নামিবিয়াক আস্থাপূর্ণ আফ্রিকীয় সহযোগী দেশ বুলি অভিহিত কৰাৰ লগতে দেশখনৰ সৈতে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰতি ভাৰতবৰ্ষ আগ্রহী বুলি প্ৰকাশ কৰিছে।
Leave a Reply