এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাথনি বিকাশৰ বাবে আয়োজিত এই সন্মিলনে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক বিস্তৰ সুযোগ প্ৰদান কৰিব। ৰাজ্য চৰকাৰে নৱ প্ৰজন্মৰ যুৱক-যুৱতীক দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয়, যে অসমৰ ৪৩ খন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান আৰু ৩৪ খন পলিটেকনিকক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰা হৈছে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg