অসম বিধান সভাৰ অধ্যক্ষৰ সভাকক্ষত সভাত বিধায়ক ৰঞ্জিত দত্ত :: August 31, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 অসম বিধান সভাৰ অধ্যক্ষৰ সভা কক্ষত বিধায়ক ৰঞ্জিত দত্ত :: অসম খবৰ ডিজিটেল গুৱাহাটী ৩১ আগষ্ট :: মঙলবাৰে অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সমিতিৰ সভাপতি হিচাপে অসম বিধান সভাৰ অধ্যক্ষৰ সভাকক্ষত সমিতিৰ সদস্য হিচাপে থকা বহুকেইগৰাকী বিধায়ক আৰু অসম চৰকাৰৰ WPT আৰু চাহ জনজাতি কল্যাণ বিভাগৰ বিষয়া সকলৰ উপস্থিতিত দ্বিতীয়খনি বৈঠকত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্ত তথা কল্যাণ সমিতি সমূহৰ সভাপতি ৰঞ্জিত দত্তই। দত্তই আল সভাত কিদৰে অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ বাবে কাম কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা লগতে চৰকাৰ খনে কৰি থকা কাম সমূহৰ অগ্ৰগতিৰ বুজ লোৱা লগতে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই । এই পপ্ৰস্তাৱ সমূহ সৰ্বসন্মতিক্ৰমে চৰকাৰলৈ প্ৰেৰণ কৰে।
Leave a Reply