Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিষয়াৰ সহযোগত বিশ্ব পৰিবেশ দিবস পালন আৰু সম্বৰ্ধনা অনুষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিষয়াৰ সহযোগত বিশ্ব পৰিবেশ দিবস পালন আৰু সম্বৰ্ধনা অনুষ্ঠান

বিহালী ৫ জুন:

বিশ্ব পৰিৱেশ দিবসৰ সৈতে সংগতি ৰাখি বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিভাগৰ সহযোগত এলানি ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয়। আৰম্ভণিতে বিশ্বই আজিৰ দিনটোৰ বাবে গ্ৰহণ কৰা প্লাষ্টিক ব্যৱহাৰ বৰ্জনৰ সংকল্প গ্ৰহণ কৰি বিদ্যালয়ত বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰায়ৰ সহযোগত বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চন্দনা ৰায় ভুঞাৰ পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বনাঞ্চলিক বিষয়া গৰাকীয়ে পৰিবেশৰ সৈতে মিলি চলি জীৱন নিৰ্বাহ কৰিবলৈ আহ্বান জনায় জ্ঞান গম্ভীৰ বক্তব্য প্ৰদান কৰে। সভাত বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

আনহাতে বিদ্যালয়খনত অধ্যয়ন কৰি অসম চৰকাৰৰৰ পৰা সদ্য নিযুক্তি লাভ কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ছাত্ৰী ভাগ্যশ্ৰী পৌড়েল আৰু মনালিছা শৰ্মাৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত লেটাৰ নম্বৰ সহ উৰ্ত্তীণ হোৱা তিনিগৰাকী আৰু দ্বিতীয় তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা মুঠ ৯ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা গামোচা মানপত্ৰ আৰু একোটা গছ পুলি উপহাৰৰে সম্বৰ্ধনা জনোৱা হয়।

- Advertisement -

Hot this week

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds