31.3 C
Guwahati
Wednesday, November 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত

    ৫ বছৰ শিক্ষকতা সম্পূৰ্ণ কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলা অথবা গৃহ জিলাৰ সমীপৰ আন এখন জিলালৈ বদলি কৰা হ'ব।

    বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত

    ▶️ধুবুৰী, দক্ষিণ শালমৰাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰি থকা শিক্ষয়িত্ৰীসকলক ৰাজ্য চৰকাৰে গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
    ▶️৫ বছৰ শিক্ষকতা সম্পূৰ্ণ কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলা অথবা গৃহ জিলাৰ সমীপৰ আন এখন জিলালৈ বদলি কৰা হ’ব।
    ▶️মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।

    ▶️সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণত অসম মন্ত্রীসভাৰ অনুমোদন।
    চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্রয়ত অনুমোদন
    ▶️স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬ কোটি ৯৭ লাখ টকাৰ বিত্তীয় আৱণ্টন।
    ▶️ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন।
    ▶️অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১০ হাজাৰ ১৮৬ গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিত অনুমোদন।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds