শেহতীয়া আপডেটঃ

হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেত্রী কামিনী কৌশলৰ দেহাৱসান

১৯৪৬ চনত নিচা নগৰ বোলছবিত কৰা অভিনয়েৰে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰা কামিনী কৌশলে সাত দশকৰো অধিক কালজুৰি দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।

Veteran actress Kamini Kaushal dies at 98; family requests privacy

Veteran actor Kamini Kaushal to get Kalpana Chawla Excellence Award - Bollywood News & Gossip, Movie Reviews, Trailers & Videos at Bollywoodlife.com

হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেত্রী কামিনী কৌশলৰ বৃহস্পতিবাৰে নিশা মুম্বাইৰ নিজ বাসভৱনত ৯৮ বছৰ বয়সত মৃত্যু হয়। ১৯৪৬ চনত নিচা নগৰ বোলছবিত কৰা অভিনয়েৰে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰা কামিনী কৌশলে সাত দশকৰো অধিক কালজুৰি দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।

40 के दशक की इस एक्ट्रेस से बेहद क्लोज थे Dilip Kumar, शादी तक पहुंच गई थी बात - Dilip Kumar was very close to Kamini Kaushal actress of the 40s know

দিলীপ কুমাৰ, দেৱানন্দ আৰু ৰাজ কাপুৰকে আদি কৰি হিন্দী চলচ্চিত্ৰ জগতৰ বহুতো জনপ্রিয় অভিনেতাৰ সৈতে কাম কৰি হিন্দী চলচ্চিত্ৰৰ সোণালী যুগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰিছিল।

Kamini Kaushal Married Her Brother-In-Law, Had Affair With Dilip Kumar, Her Brother Threatened Them

২০২২ চনত ৯৫ বছৰ বয়সত আমিৰ খানৰ লাল সিং চাদ্দা নামৰ বোলছবিখনত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীৰ মৃত্যুত হিন্দী ছবিজগতত শোকৰ ছাঁ পৰিছে।

Kamini Kaushal Cause Of Death: Family Confirms Passing Of 98-Year-Old Veteran Actress - Entertainment

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.