স্থানীয় সংবাদঃ

গড়ভঙা বনাঞ্চলৰ জালুকপাহামত লেংডন ফাউণ্ডেশ্যনৰ গৰম কাপোৰ বিতৰণ

December 19, 2024 0

গুৱাহাটঃ অনা চৰকাৰী সংস্থা লেংডন ফাউণ্ডেশ্যনে জন্মলগ্নৰে পৰা শুভাকাংক্ষী সকলৰ সহযোগত সমাজৰ দৰিদ্ৰ, নিপীৰিত লোক সকলৰ মাজত শীত নিবাৰণৰ বাবে গৰম কাপোৰ বিতৰণ কৰি আহিছে। […]

অধ্যাপক ডাঃ সুভাষ খান্নাৰ নেতৃত্বত চিকিৎসকৰ দলে লাভ কৰে অভিনৱ সফলতা

December 19, 2024 0

গুৱাহাটীৰ স্বাগত হস্পিটালত ফাচিঅ’টেন্সৰ অভুতপুৰ্ব হাৰ্নিয়া চিকিৎসা কৌশলৰ প্ৰৱৰ্তন জাৰ্মানীৰ সন্মানীয় চিকিৎসক বিশেষজ্ঞ ডাঃ গেৰিয়ান হিলে আৰম্ভ কৰা এক নতুন অভিনৱ হাৰ্নিয়া কৌশল ফাচিঅ’টেন্সৰ প্ৰৱৰ্তনৰ […]

মুম্বাইত লোক নৃত্য প্ৰতিযোগিতাত জোনাক নয়নী কাশ্যপৰ শ্ৰেষ্ঠ স্থান লাভ

December 18, 2024 0

গুৱাহাটীঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা জুলাই মাহত নেভ ইভেণ্টেছ এণ্ড এণ্টাৰটাইমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক নিউটন হাজৰিকাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা অষ্টম […]

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সাহিত্যিক ড০ নগেন শইকীয়াৰ সৈতে এখন্তেক

December 18, 2024 0

সাক্ষাৎকাৰ গ্ৰহণঃ ৰাজশ্ৰী সেনাপতি গগৈ প্ৰশ্নঃ ছাৰ, সাহিত্যৰ বৈশিষ্ট্যৰ ওপৰত আপোনাৰ মন্তব্য এটি দাঙি ধৰিবনে? উত্তৰঃ সাহিত্যৰ বিভিন্ন ভাগ আছে–কবিতা, আখ্যান বা গল্প, উপন্যাস, নাটক […]

ডিমৰীয়াত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” সেৱা কাৰ্যসূচী

December 18, 2024 0

কাৰ্যসূচী মুকলি কৰি চালকক তীব্ৰগতিত বাহন চলাবলৈ বাধ্য কৰোৱা বাহনৰ গৰাকী-যাত্ৰীক সকীয়ালে বিধায়ক অতুল বৰাই গুৱাহাটীঃ ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ […]

Positive Stories

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

February 14, 2024 0

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে jeemain.nta.ac.in ৱেবচাইটত গৈ ফলাফল চাব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছ যে, ২৩ গৰাকী শিক্ষাৰ্থীয়ে […]

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

September 15, 2023 0

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ: এতিয়াৰ পৰা বিশ্বনাথতে শিক্ষাৰ্থী সকলে লাভ কৰিব পাৰিব BANKING,APSC,SSC,RAILWAY ইত্যাদিৰ উৎকৃষ্ট মানদণ্ডৰ প্ৰশিক্ষণ। বিশ্বনাথ চাৰিআলি ১৪ ছেপ্টেম্বৰ উপযুক্ত সম্পদ ব্যৱহাৰ […]

Advertisment

English News

লেখনি বিচৰা হৈছেঃ

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস

This will close in 20 seconds