31.3 C
Guwahati
Wednesday, November 12, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল

    *শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল ।

    *সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল সম্বোধন ।

    *ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বসন্ত গগৈয়ে ।

    *অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতি কৰণ বিচাৰি ৰাজপথত আন্দোলন কৰি আহিছে ।

    *অবৈধ বিদেশী প্ৰব্ৰজনৰ পৰা অসমখন ৰক্ষাৰ হেতু ছটা জনগোষ্ঠীয়ে জনজাতি কৰণ লাভ কৰাটো প্ৰয়োজনীয়।

    *কিন্তু এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে ।

    *কালি অসম চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত সোণাপুৰত হোৱা গণ সমাবেশত ছটা জনগোষ্ঠীক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয় ।

    *অসম চৰকাৰৰ সেই মন্ত্ৰীজনে উচতনিৰে ছটা জনগোষ্ঠীৰ বিৰুদ্ধে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে ।

    *ৰাইজৰ সন্মুখত ছটা জনগোষ্ঠীক ঘুচিয়াই মাৰিম বুলি কোৱা কথা সাংবিধানিক নেকি? এইয়া গণতন্ত্ৰ নেকি?

    *অসমৰ তিনি কোটি জনসংখ্যাৰ ভিতৰত ২ কোটি জনগোষ্ঠীয় লোকৰ অধিকাৰ নাই নেকি ?

    *এই ধৰণৰ ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি সকীয়নি প্ৰদান কৰিছো ।

    *প্ৰতিবাদ হব লাগিছিল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰিছে ?যুঁজিব লাগিছিল অবৈধ নাগৰিক অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু যুঁজিছে আমাৰ বিৰুদ্ধে ।

    *আমিও প্ৰতিবাদ কৰিব জানো । এনে মন্তব্যৰ বিৰুদ্ধে আমিও ব্যবস্থা লব জানো ।

    *অসম চৰকাৰৰ সেই মন্ত্ৰী জনক আমি সকীয়নি প্ৰদান কৰিছো । অসমত ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা পৰিবেশ ৰচনা নকৰিব।

    *এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যবস্থা গ্ৰহণ কৰক ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds