■ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে হাগ্ৰামা মহিলাৰীৰ আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যসকললৈ অভিনন্দন জনায়। মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰে এই ক্ষেত্ৰত নতুন বিটিচি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰক জাতি-উপজাতিৰ মিলনভূমি বুলি উল্লেখ কৰি লোকসকলৰ মাজত সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



