31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাই দুই ড্ৰাগছ ব্যৱসায়ী আটকঃ আৰক্ষীয়ে জব্দ কৰিলে তিনি গ্ৰাম হিৰ’ইন

    ●সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে যোৱা নিশা গোৱালপাৰা জিলাৰ কৃষ্ণাইতো আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

    আটকাধীন যুৱক দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে  ড্ৰাগছ ভৰ্তি পাঁচটা কন্টেনাৰো জব্দ কৰে ৷ আৰক্ষীয়ে ড্ৰাগছ খিনি হিৰ’ইন বুলি সন্দেহ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন যুৱক দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds