উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ বংগত হোৱা প্ৰৱল বানৰ বাবে ৯খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে। এই ৰে’লগাড়ীকেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা ১৫৬২২ নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰে’লগাড়ী আৰু তিনিচুকীয়া-অমৃতসৰৰ মাজত চলাচল কৰা ১৫৯৩৪ এক্সপ্ৰেছ, ১৯৩০৬ কামাখ্যা-৬০ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, ১৫৭০৩ নিউ জলপাইগুৰি-বঙাইগাঁও এক্সপ্ৰেছ আৰু ৭৫৭২৫ শিলিগুৰি-বঙাইগাঁও এক্সপ্ৰেছ কেইখনো আছে। আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ চলাচল কৰা কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ীৰ যাত্ৰাপথৰো সালসলনি ঘটোৱা হৈছে।
উত্তৰ বংগত হোৱা প্ৰৱল বানৰ বাবে ৯খন ৰে’লৰ যাত্ৰা বাতিল
ৰে'লগাড়ীকেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা ১৫৬২২ নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰে'লগাড়ী আৰু তিনিচুকীয়া-অমৃতসৰৰ মাজত চলাচল কৰা ১৫৯৩৪ এক্সপ্ৰেছ, ১৯৩০৬ কামাখ্যা-৬০ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, ১৫৭০৩ নিউ জলপাইগুৰি-বঙাইগাঁও এক্সপ্ৰেছ আৰু ৭৫৭২৫ শিলিগুৰি-বঙাইগাঁও এক্সপ্ৰেছ
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



