31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ সদস্য পুনৰ‌ বিশ্বৰ সৰ্বোচ্চ পথত বিশ্বনাথৰ বিশ্বজিৎ

     নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ সদস্য পুনৰ‌ বিশ্বৰ সৰ্বোচ্চ পথত

    বিগত সময়ত মাউণ্ট এভাৰেষ্ট বেছ কেম্প (17,598 feet)লৈ‌ আৰোহণ, খাৰ্ডুংলা (১৮৩৮০ফুট) লৈ চাৰি বাৰকৈ মটৰ চাইকেল যাত্ৰা, উত্তৰাখণ্ডৰ মানা পাছ(১৮৩৯৯ফুট) লৈ মটৰ চাইকেল যাত্ৰাৰ পিছত পুনৰ নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ সদস্য বিশ্বজিৎ শইকীয়াই লাডাখত থকা বিশ্বৰ সৰ্বোচ্চ পথ উমলিংলা(১৯০২৪ফুট) লৈ মটৰ চাইকেলেৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে। লগতে খাৰ্ডু্ংলা, ফটুলা,নৰ্বুলা,চাংলাংলা,ফটিলা, নামিকালা, জঝিলা ইত্যাদি সুউচ্চ পথৰ উপৰিও বিশ্বৰ দ্বিতীয় শীতল ঠাই ড্ৰাছ, কাৰগিল আদি ঠাই অতিক্ৰম কৰি সন্থাটোৰ সদস্য বিশ্বজিৎ শইকীয়াই নিজ বাসভৱনত কালি উপস্থিত হয়।

    বিশ্বনাথৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা সন্থাৰ সদস্য গৰাকীক সন্থাৰ কৰ্তৃপক্ষই অভিনন্দন আৰু আদৰণি জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds