31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত অনূসুচীত জাতি ছাত্ৰ সন্থা বিক্ষোভ.

    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত অনূসুচীত জাতি ছাত্ৰ সন্থা বিক্ষোভ..

    বিশ্বনাথ ১৬ জুলাই :

    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অনূসুচীত জাতি যুৱ -ছাত্ৰ সন্থাৰ উদ্যোগত বিহালীত দেওবাৰে পুৱা ১১ বজাত বিক্ষোভ প্ৰদৰ্শন কৰে ৷

    প্ৰতিবাদী অনূসুচীত জাতি যুৱ ছাত্র সন্থা কৰ্মী সকলে মূল্য বৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী ৰনজিৎ দাসৰ কাম নাই,অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
    ইফালে প্ৰতিবাদত অংশগ্ৰহণ কৰি জিলা অনূসুচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে মুখৰ আগত শুদা ভাত, পতল,বিলাহী, আলু সন্মুখত লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰছ।

     

    উল্লেখ যে ৰাজ্যত প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰী পাচলিকে ধৰি প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিক লৈ চৰকাৰক সকিয়নি দি অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই অনূসুচীত জাতি যুৱ ছাত্ৰ সন্থাই ৷ অন্যথা চৰকাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।
    এই প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচীত অনূসুচীত জাতি যুৱ -ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সভাপতিকে ধৰি কেইবাজনো সদস্য উপস্থিত থাকে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds