Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

চতিয়া জামুগুৰীত তীৰ জুৱা খেলৰ দৌৰাত্মক কুম্ভুকৰ্ণ নিদ্ৰাত চতিয়া, জামুগুৰী আৰক্ষী ।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

চতিয়া জামুগুৰীত তীৰ জুৱা খেলৰ দৌৰাত্মক কুম্ভুকৰ্ণ নিদ্ৰাত চতিয়া, জামুগুৰী আৰক্ষী ।

বিশ্বনাথ চাৰিআলি ১৭ জুলাই ।

 

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহাৰ লগতে জুৱা বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলোৱাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ জুৱাৰীক ।
ন ন কৌশল অৱলবম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে চোৰাং বেহা। ইফালে ড্ৰাগছ, ভাং, জুৱা, তাচ, তীৰ খেল আদিকলৈ শোণিতপুৰ বিশ্বনাথ জিলা আৰক্ষী কঠোৰ হোৱা সময়তে চতিয়া আৰক্ষী থানা অন্তৰ্গত আৰু জামুগুৰীত আৰক্ষী থানা অন্তৰ্গত বিভিন্ন স্থানত এতিয়া পুনৰ সক্ৰিয় হৈ উঠিছে অবৈধ তীৰ খেলৰ জুৱা।
উল্লেখযোগ্য যে শোণিতপুৰ আৰক্ষী আৰু বিশ্বনাথত জিলা আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ ভাং, জুৱা বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰি আহিছে তেনে সময়তে পুনৰ চতিয়া আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত পুনৰ সক্ৰিয় হৈছে তীৰ খেলৰ খেলুৱৈ সকল।
অভিযোগ অনুসৰি চতিয়া আৰক্ষী আৰক্ষী থানা অধিনৰ তীৰ খেল এটা চক্ৰই পুনৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ অবাধে তীৰ খেল চলাই যোৱা তথ্য পোহৰলৈ আহিছে। কিন্তু যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অবৈধ ড্ৰাগছ মাফিয়া, জুৱা বিৰুদ্ধে কঠোৰ হবলৈ আৰক্ষী নিৰ্দেশ দিছে তেনে সময়তে কাৰ সাহসত পুনৰ চতিয়া তীৰ খেল মাফিয়া সক্ৰিয় হৈছে সেইটো হে এতিয়া লাখ টকীয়া প্ৰশ্ন।
এই ক্ষেত্ৰত শোণিতপুৰ জিলা আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষী কঠোৰ হাতেৰে এই তীৰ খেলুৱৈ সকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সচেতন মহলে আহ্বান জনাইছে।

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds