31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰত হৰ ঘৰ ত্ৰিৰংগা সজাগতা

    স্বাধীনতাৰ পঞ্চসপ্ততিতম বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষ্যে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পালন কৰিবলগীয়া “হৰ ঘৰ ত্ৰিৰংগা” (ঘৰে ঘৰে ত্ৰিৰংগা) কাৰ্যসূচীৰ বিষয়ে জনজাগৰণ সৃষ্টিৰ লগতে উক্ত কাৰ্যসূচীক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে আজি কলাবাৰী সমবায় সমিতিৰ কাৰ্যালয়ত কলাবাৰী আৰু লোহিতমুখ সমবায়ৰ অন্তৰ্গত সমবায় সচিব আৰু সমূহ সুলভ মূল্যৰ দোকানীৰ লগত এটি সভা অনুষ্ঠিত হয় ৷
    সভাত গহপুৰ মহকুমাৰ মহকুমাধিপতি  দিপন বৰ্মন, সহকাৰী আয়ুক্ত প্ৰভাত পেগুৰ লগতে গহপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক আৰু পৰিদৰ্শক ক্ৰমে  শ্ৰীমন্ত গোস্বামী আৰু  গুণ গোবিন্দ ফুকন উপস্থিত থাকে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds