Monday, July 28, 2025
27.5 C
Guwahati
TOP NEWS:

গৈছিল ভেকুলী ধৰিবলৈ ৷ বন বিভাগৰ গাড়ী দেখি জাপ দিলে পানীত৷ সলিল সমাধি গহপুৰ এজন যুৱক

- Advertisement -

 

গৈছিল ভেকুলী ধৰিবলৈ ৷ বন বিভাগৰ গাড়ী দেখি জাপ দিলে পানীত৷ সলিল সমাধি গহপুৰ এজন যুৱক

গহপুৰ ১৬ জুলাই::

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণী উত্তৰ অঞ্চলত প্ৰৱেশ কৰা খবৰ পাই বন বিভাগৰ দলে দিনেই নিশাই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ অঞ্চল গমিৰি ৰাংছালী, বটিয়ামাৰী আদি অঞ্চলত অহৰ প্ৰহৰা দিয়া ব্যৱস্থা কৰিছে। যাতে এই সময়ত চোৱাত কোনো দুষ্ট লোকে বন্যপ্ৰাণী ওপৰত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তৎপৰতা অধিক কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰি বনাঞ্চলিক বিষয়াই।
ইফালে দেওবাৰে ঘটিল অঘনত গহপৰত। গহপুৰত
বন বিভাগৰ এটা তহলদাৰী দলৰ গাড়ী দেখি পানীত জাপ দি মৃত্যু হ’ল এজন যুৱকৰ ।

ঘটনা অনুসৰি গহপুৰ তেলেনীৰ তিনিজন যুৱক গৌতম প্ৰসাদ, ৰাহুল মাল্লা, মুন মাল্লাই বৰশী পাতি পথৰ কাষত ভেকুলী ধৰি আছিল কিন্তু তেনেতে এখন বন বিভাগৰ এখন গাড়ী আহি তিনিওকে ৰবলৈ কয় যদিও তিনিজন যুৱক পলাই যায় ।

 

কিন্তু ইয়াৰ ভিতৰত গৌতম প্ৰসাদ নামৰ যুৱক জন দৌৰি পলাওঁতে এটা পুখুৰীত জাপ দিয়ে যদি বহু সময় যুৱক জন নিখোজ হৈ থাকে যদিও শেষত গৌতমৰ পৰিয়ালৰ লোকে বিচাৰ – খোচাৰ কৰাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে।

 

ইফালে গহপুৰ মহকুমা আৰক্ষী থানা অন্তৰ্গত ঘাঁহিগাঁৱ আৰক্ষী চকী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা গৌতম প্ৰসাদৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাৰ বাবে বন বিভাগক স্থানীয় ৰাইজে দুখাৰোপ কৰে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল বিমান দুৰ্ঘটনাৰ...

Related Articles

Popular Categories

Assam
overcast clouds
31.2 ° C
31.2 °
31.2 °
72 %
0.8kmh
100 %
Mon
30 °
Tue
34 °
Wed
34 °
Thu
34 °
Fri
34 °