Monday, August 25, 2025
28.1 C
Guwahati
TOP NEWS:

অসম ৰাইফলছৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা

- Advertisement -

অসম ৰাইফলছৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা ::

বিশ্বনাথ চাৰিআলি ৪
জুলাই:

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰৰ অধিনত অসম ৰাইফলছৰ শোণিতপুৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (ইষ্ট)ৰ সঞ্চালক প্ৰধান অসম ৰাইফলছ (মহিলা) ফুটবল দল, চোনাবিল টি ইষ্টেট ফুটবল (মহিলা) ক্লাৱ আৰু লখৰা কেন্দ্ৰীয় বিদ্যালয় (ল’ৰা) দলৰ মাজত সোমবাৰে এখনি বন্ধুত্বপূৰ্ণ ফুটবল খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেল খনৰ (ক) শাখাত ডিজিএআৰ (মহিলা) ফুটবল দল বনাম কেন্দ্ৰীয় বিদ্যালয় বিদ্যালয় লখৰা ফুটবল (ল’ৰা) দল। আৰু দ্বিতীয় খেল খন
খ শাখাত ডিজিএআৰ (মহিলা) ফুটবল দল বনাম চোনাবিল টি ইষ্টেট ফুটবল (মহিলা) ক্লাব।
দুয়োখন খেল ডিজি এ আৰ (মহিলা) ফুটবল দলে জয় কৰিবলৈ সক্ষম হয় । বিশেষকৈ এই ফুটবল খেল অনুষ্ঠিত কৰা উদ্দেশ্য হৈছে মহিলা সৱলী কৰণৰ প্ৰচাৰ কৰা আৰু মহিলা সম্প্ৰদায়ক ফুটবলক কেৰিয়াৰ হিচাপে ল’বলৈ অনুপ্ৰাণিত কৰা।
শোণিতপুৰ লখৰা অসম ৰাইফলছ বেটেলিয়নৰ স্থানীয় লোক সকলে সুন্দৰ ভাৱে উপভোগ কৰে।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
25.6 ° C
25.6 °
25.6 °
89 %
1.1kmh
100 %
Mon
25 °
Tue
33 °
Wed
32 °
Thu
31 °
Fri
27 °